চাকুলীচাকৈ-চকোৱা

চাকুলী ভাৰ (Assamese) [ Roman: sa.ku.li bhar]
Contributed by: Dipali Gogoi on 2012-05-09
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. Customs(Abstract Noun) A load of needful things carried by the bridegroom`s party to the brides home বিয়াত দৰা ঘৰৰপৰা কইনাৰ ঘৰলৈ নিয়া তামোল পান আদি সমলৰ এখন ভাৰ৷
Aziz-ul Haque adds: বিয়াৰ জোৰোণত দিয়া কাপোৰ-কানি, টেকেলি আদি বয়-বস্তু কঢ়িয়াই নিয়া পাচিৰ ভাৰ। ই ওপৰত ঢাকনি থকা চাৰিচুকীয়া খুৰা লগা পাচি। এই পাচি কান্ধত তুলি বৈ নিব পাৰি। আগৰ দিনত ব্যৱহাৰ কৰিছিল।